তাই
নিজৰ
লেখনীবোৰ
পঢ়িবলৈ লোৱাৰ আগতেই
কোনোবাই সকলো শব্দ চুৰ কৰি নি
তাৰ তলত লিখি দিয়ে
নিজৰ নাম
স্বাধীনতা আৰু ক্ষুধা
তাইৰ প্ৰয়োজনৰ শব্দ
মানুহৰ প্ৰয়োজনত
দেখা যায় অন্তৰ্ভুক্ত
চকুলো পি পি
ডাঙৰ হৈ পৰিছে তাইৰ দুচকু
পঢ়িবলৈ লোৱাৰ আগতেই
কোনোবাই সকলো শব্দ চুৰ কৰি নি
তাৰ তলত লিখি দিয়ে
নিজৰ নাম
স্বাধীনতা আৰু ক্ষুধা
তাইৰ প্ৰয়োজনৰ শব্দ
মানুহৰ প্ৰয়োজনত
দেখা যায় অন্তৰ্ভুক্ত
চকুলো পি পি
ডাঙৰ হৈ পৰিছে তাইৰ দুচকু
নিজৰেই
চকুৰ
নিমখ খাইছে তাই
এতিয়া কিদৰে নিমাতে থাকে
নিজৰেই চকুৰ বিৰুদ্ধে
নিমখ খাইছে তাই
এতিয়া কিদৰে নিমাতে থাকে
নিজৰেই চকুৰ বিৰুদ্ধে
বিলাসপুৰৰ বিখ্যাত কবি সতীশ জয়চৱালৰ शब्दों के रंगों से
কবিতাৰ অনুবাদ৷
No comments:
Post a Comment